Assam Police ADRE Mock Test Part 37

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 37

Telegram Group Join Now

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. চুতীয়াসকলৰ শেষজন ৰজা কোন আছিল?

#2. ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল?

#3. দ্বিতীয় মোৱামৰীয়া বিদ্রোহ কেতিয়া হৈছিল?

#4. পোৱামক্কা ক’ত অৱস্থিত?

#5. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

#6. গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?

#7. গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?

#8. লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

#9. গীতাত কিমানটা শ্লোক আছে?

#10. ‘ৰামায়ণ’ ৰচিয়তা কোন?

#11. হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কোন নদীক কেন্দ্ৰ কৰি?

Previous
Finish
you can now paste the shortcode onto any page or post



Leave a Comment