Assam Police ADRE Mock Test Part 38

By Montugayan

Published on August 26, 2024

Follow Us -

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 38

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. কোনখন গ্ৰন্থ কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্মিলিত উৎস?

#2. ১৫২৬ চনৰ পাণিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

#3. ভাৰতত ‘হোম-ৰুল-লীগ’ কোনে আৰম্ভ কৰিছিল?

#4. ‘সিন্ধু সভ্যতা’ৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?

#5. ‘সীমান্ত গান্ধী’ ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি?

#6. গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?

#7. টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

#8. দিল্লীৰ টোগলক বংশৰ শেষ ৰজা বা চুলতান কোন আছিল?

#9. মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল?

#10. তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

Previous
Finish

Results

you can now paste the shortcode onto any page or post



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Leave a Comment