SSC GD Constable 2025 Mock Test Part 1 Assamese

By Montugayan

Published on October 4, 2024

Follow Us -

SSC GD Constable PYQ Mock test Assamese ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Part 1

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক





 

#1. 2023 চনৰ নেছানেল গেমছ আয়োজক ৰাজ্যখনৰ কিমানখন চহৰত আয়োজন কৰা হৈছিল?

#2. 2023 চনৰ নৱেম্বৰ মাহলৈকে ভাৰতীয় মূলৰ—— যুক্তৰাজ্যৰ গৃহ সচিব আছিল।

#3. অলিম্পিকৰ টেবুল টেনিছ ইভেন্টত যদি পইন্ট 10-10 ত টাই হয়, তেন্তে এগৰাকী খেলুৱৈয়ে খেলখনত জয় কৰিবলৈ —–পইণ্টৰ অগ্রগতি লাভৰ বাবে চেষ্টা কৰিব লাগিব।

#4. লিয়েণ্ডাৰ পেজ—-ৰ সৈতে জড়িত।

#5. কোনটো কেন্দ্রীয় মন্ত্রালয়ে ‘এমাজন ফিউচাৰ ইঞ্জিনিয়াৰ প্ৰ’গ্ৰাম’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল?

#6. উস্তাদ বিন্দা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল?

#7. সেউজ বিপ্লবে ভাৰতৰ ——আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

#8. সংবিধানে চৰকাৰৰ ক্ষমতা বহু ক্ষেত্ৰত সীমিত কৰে। চৰকাৰৰ ক্ষমতা সীমিত কৰাৰ আটাইতকৈ সাধাৰণ উপায় হ’ল কিছুমান বিশেষ —-নিৰ্দিষ্ট কৰা, যিবোৰ নাগৰিক হিচাপে আমাৰ সকলোৰে আছে আৰু কোনো চৰকাৰক সেয়া কেতিয়াও উলংঘা কৰিবলৈ দিব নোৱাৰি।

#9. ইণ্টাৰনেশ্যনেল শুটিং স্পর্টছ ফেডাৰেচন ৱৰ্ল্ডকাপ 2022 ক’ত অনুষ্ঠিত হৈছিল?

Previous
Finish

Results


click to copy shortcode



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Join Indian Indian Army Recruitment 2026-27 Notification Out All Assam Direct Apply Online

Job Post:

Army Agniveer

Qualification:

10th Pass

Job Salary:

30,000/Month

Job Salary:

30,000/Month

Apply Now

Indian Reserve Battalion APSSB New Recruitment 2026-Notification Out (984 Post Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment