Assam Police Constable AB/UB PYQ Mock Test Part 37

By Montugayan

Published on March 2, 2024

Follow Us -

Assam Police Constable AB/UB PYQ Assamese Or English

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 37

Click on the start button below to start the mock test




 

#1. সাতঘৰীয়া আহোমসকলক কোনে বর্ণনা কৰিছিল?

#2. কমতা ৰাজ্যৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুদ্ধৰ সময়ত আহোমৰ কোন ৰজা আছিল?

#3. চাৰিং ৰাজাৰ পদ কোনে প্ৰতিষ্ঠা কৰিছিল?

#4. কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমবাৰৰ বাবে ‘কামতেশ্বৰ’ উপাধি গ্রহণ কৰিছিল?

#5. কোন কমতা ৰজাৰ শাসনকালত মহম্মদ-বিন-টোগলকে কমতা ৰাজ্য আক্রমণ কৰিছিল?

#6. বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল?

#7. হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই ৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

#8. হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰি হৰ বিপ্ৰৰ মাজত কি সাদৃশ্য আছিল?

#9. ষোড়শ শতিকাৰ প্ৰখ্যাত কামৰূপী কবি চন্দ্ৰহাৰতীয়ে ক’ত বাস কৰিছিল?

#10. ……………চনত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্রমণ কৰিছিল।

#11. চিকন্দৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল?

#12. জোঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল?

#13. চুতুফাৰ মৃত্যুৰ পাছত কোনে চাৰি বছৰ ধৰি আহোমৰ প্ৰশাসন চলাইছিল?

#14. ১৩৭৬-১৩৮০ খৃষ্টাব্দত বুঢ়াগোহাঁই আৰু বৰগোহাঁইয়ে আহোম ৰাজ্যৰ প্রশাসন আগুৱাই নিছিল তেওঁলোকৰ পিছত পৰৱৰ্তী আহোমৰ ৰজা কোন আছিল?

#15. আহোমৰ ৰাজকীয় লোকসকলৰ সমাধি স্তূপবোৰক কি বুলি কোৱা হৈছিল?

Previous
Finish

Results


click to copy shortcode

Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Join Indian Indian Army Recruitment 2026-27 Notification Out All Assam Direct Apply Online

Job Post:

Army Agniveer

Qualification:

10th Pass

Job Salary:

30,000/Month

Job Salary:

30,000/Month

Apply Now

Indian Reserve Battalion APSSB New Recruitment 2026-Notification Out (984 Post Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment