Assam Police ADRE Mock Test Part 44

By Montugayan

Published on August 31, 2024

Follow Us -

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 44

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজ কলটো ক’ত অৱস্থিত?

#2. ভাৰতৰ আটাইতকৈ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি?

#3. ৰেডক্লিফ ৰেখাডালে কোন দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰিছে?

#4. ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখনৰ নাম কি?

#5. ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন?

#6. ভাৰত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী কোনটো?

#7. নর্মদা নদী ক’ৰ পৰা উৎপত্তি হৈছে?

#8. কৃষ্ণা নদী ক’ৰ পৰা উৎপত্তি হৈছে?

#9. গোদাবৰী নদী ক’ৰ পৰা উৎপত্তি হৈছে?

#10. লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ উৎপত্তি স্থান ক’ত?

#11. ভাৰতৰ আটাইতকৈ পুৰণি পাহাৰ হৈছে-

#12. উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন?

#13. আবু কোনখন পাহাৰৰ আটাইতকৈ ওখ শৃংগ?

#14. মাউন্ট এভাৰেষ্ট ক’ত অৱস্থিত?

Previous
Finish

Results


click to copy shortcode



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Leave a Comment