Assam Police ADRE Mock Test Part 39

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 39

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. মৌর্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

#2. কৌটিল্যৰ আন এটা নাম কি?

#3. ‘ইণ্ডিকা’ নামৰ গ্ৰন্থৰ ৰচক কোন?

#4. পলাশী যুদ্ধ কেতিয়া হৈছিল?

#5. পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

#6. মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

#7. চিপাহী বিদ্ৰোহৰ কেতিয়া হৈছিল?

#8. আজাদ হিন্দ ফৌজ কোন দেশত গঠন কৰা হৈছিল?

#9. পাটলিপুত্রক বর্তমান কি নামেৰে জনা যায়?

#10. প্রথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল?

Previous
Finish

Results


click to copy shortcode



Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top