Assam Police Constable Mock Test Part 24

By Montugayan

Published on January 29, 2025

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 24

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!

 



 

#1. প্রাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নির্ধাৰণ কৰিছিল?

#2. পৃথুৰ আন এটা নাম কি আছিল?

#3. কোন খ্রীষ্টাব্দত বখতিয়াৰ খিলজীয়ে অসম আক্রমণ কৰিছিল?

#4. মীৰজুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি?

#5. আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক’ত প্রতিষ্ঠা কৰিছিল?

#6. চুকাফা পাটকাই পৰ্বতমালাৰ কোনটো গিৰিপথৰ মাজেৰে আহিছিল বুলি কোৱা হয়?

#7. গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলি ক’ৰপৰা ক’লৈ সম্প্ৰসাৰণ কৰা হৈছিল?

#8. 1703 খ্রীষ্টাব্দত ৰুদ্ৰ সিংহৰ ৰাজত্বকালত নির্মিত নামদাং শিলৰ সাঁকো কোন শৈলীত নিৰ্মাণ কৰা হৈছিল?

#9. 1663 চনত ঘিলাঝাৰীঘাট সন্ধিত মোগল পক্ষক কোনে প্রতিনিধিত্ব কৰিছিল?

#10. ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল।

#11. ৰংপুৰ শব্দৰ অৰ্থ কি?

#12. ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?

Previous
Finish

Results


click to copy shortcode



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Leave a Comment