Assam Police ADRE Mock Test Part 20

By Montugayan

Published on January 20, 2025

Follow Us -

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 19

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. 2023 চনৰ নেছানেল গেমছ আয়োজক ৰাজ্যখনৰ কিমানখন চহৰত আয়োজন কৰা হৈছিল?

#2. উস্তাদ বিন্দা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল?

#3. কোন চনত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল?

#4. শব্দ প্রদূষণ কোনটো এককত জুখিব পাৰি?

#5. 1919 চনত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ কোন আছিল?

#6. লোকপ্রিয় গোপীনাথ বৰদলৈয়ে স্বাধীনতাৰ পূৰ্বে কিমান বাৰ অসমৰ মুখমন্ত্ৰী হৈছিল?

#7. গোপীনাথ বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল?

#8. অসমৰ নিম্নলিখিত কোনজন প্রাক্তন ৰাজ্যপালে পদ্মবিভূষণ বঁটা লাভ কৰা নাছিল?

#9. অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল ?

Previous
Finish

Results


click to copy shortcode




Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Leave a Comment