Assam Police ADRE Mock Test Part 16

By Montugayan

Published on August 2, 2024

Follow Us -

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 16

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. ভাস্কৰ বৰ্মনৰ শাসনকালত প্রাগজ্যোতিষলৈ অহা চীনা পৰিৱাজকৰ নাম কি?

#2. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

#3. হর্ষবর্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি?

#4. হিউ-য়েন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি?

#5. শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি?

#6. পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

#7. মহম্মদ-বিন-বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল?

#8. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল?

#9. তাবাকাৎ-ই-নীছিৰী’ গ্ৰন্থৰ ৰচক কোন?

#10. প্রাচীন গৌড় ৰাজ্য বৰ্তমান ক’ত অবস্থিত?

#11. 1546 চনৰ প্ৰথম আহোম-কোচ ৰণৰ সময়ত আহোম ৰজা কোন আছিল?

Previous
Finish

Results


click to copy shortcode



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Leave a Comment