Assam Police AB/UB Constable PYQ Mock Test Part 2

By Montugayan

Published on June 3, 2024

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test




Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!

 
QUIZ START

#1. হিউৱেন চাং অসমলৈ কোন খ্রীষ্টাব্দত আহিছিল?

#2. বীৰ চিলাৰায়ৰ কেনেকৈ মৃত্যু হৈছিল?

#3. কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ সজাইছিল?

#4. দেশদ্রোহী’ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?

#5. কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ৰেলসেৱা প্ৰৱর্তন কৰা হয়?

#6. ‘খাইবাৰ পাছ’ নামৰ গিৰিপথটো কোনখন দেশত অৱস্থিত?

#7. সিন্ধু উপত্যকাৰ সভ্যতা কোন যুগৰ বুলি ঠাৱৰ কৰা হৈছে?

#8. ‘হুমায়ুন নামা’ গ্ৰন্থখনৰ লেখক কোন?

#9. ভাস্কো-ডা-গামাই পোন প্ৰথমে ভাৰতৰ কোন ঠাইত পদার্পণ কৰিছিল

#10. কোনজন শিখ গুৰুৱে শিখসকলক একত্ৰিত কৰি পঞ্জাবত শিখ সাম্রাজ্য স্থাপন কৰে?

#11. কোন দুজন মোগল সম্রাটে আত্মজীৱনী ৰচনা কৰিছিল?

#12. ভাৰতত স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ প্ৰৱৰ্তক কোন?

#13. 28. কণিষ্কৰ ৰাজসভাৰ ৰাজপণ্ডিতসকলৰ ভিতৰত কোনজন চিকিৎসক আছিল?

#14. অসমলৈ অহা প্রথমজন চীনা পরিব্রাজক কোন?

#15. বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল?

#16. তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা?

#17. আহোমৰ শাসনকালত কোনজন ব্যক্তিক অর্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল?

#18. বামুণী কোঁৱৰৰ টাই-আহোম নাম আছিল

#19. তলৰ কোনটো শোধনাগাৰক ‘অসম চুক্তিৰ শোধনাগাৰ’ হিচাপে জনা যায়?

#20. বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণর গুৰু কোন আছিল?

#21. শৰাইঘাট দলং কেতিয়া নির্মাণ হৈছিল?

Previous
Finish

Results



click to copy shortcode





Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

APSC Home Guards New Recruitment 2026 -Notification Out Apply Online +

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

SSC GD Constable 2025 Mock Test Part 2 Assamese

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment