Assam Police AB/UB Constable PYQ Mock Test MCQ Part 4

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 25 MCQ Part 4




Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!

 
QUIZ START

#1. কোন চনত অসমত বনৰীয়া চাহ গছ আবিষ্কৃত হৈছিল?

#2. ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্রপতি কোন আছিল?

#3. গুৱাহাটী চাহ নিলাম কেন্দ্র কোন চনত স্থাপিত হৈছিল?

#4. ৰূপকোঁৱৰ কোন?

#5. কোন তাৰিখে শিল্পী দিবস’ পালন কৰা হয়?

#6. মহেন্দ্ৰ কন্দলি কাৰ শিক্ষাগুৰু আছিল?

#7. সত্যসন্ধ্যা কাৰ পত্নী আছিল?

#8. সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন?

#9. ‘সুগন্ধি পখিলা’ৰ কবি আখ্যা দিয়া হয় কোনজন সাহিত্যিকক ?

#10. শংকৰদেৱে ৰচনা কৰা গীতবোৰক কি বোলে?

#11. . ‘অ’কুলি, অ’কুলি’ বুলি কুলি চৰাইক লৈ ৰচনা কৰা বিখ্যাত কবিতাটো কোনে ৰচিছিল?

#12. ২০১২ চনৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল?

#13. হেমচন্দ্র গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাই লগ হৈ কোনখন আলোচনী প্ৰকাশ কৰিছিল?

#14. বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছে?

#15. লিটিকাই, নোমল, পাচনি আৰু চিকৰপতি নিৰপতি কি?

#16. কোনজন অসমীয়া সাহিত্যিক সাহিত্যিক ‘শিলভদ্র” ‘নামেৰে খ্যাত?

#17. প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

#18. কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘ভানুনন্দন’?

#19. সাৰথি’ অসমীয়া সাহিত্যৰ এখন অমূল্য গ্রন্থ। ইয়াৰ লেখক কোন?

#20. মেকং নৈ দেখিলোঁ ভ্রমণ কাহিনীখনৰ লেখক কোন?

#21. প্ৰতিমাৰ খনিকৰ কোন?

#22. আনন্দ চন্দ্র আগৰৱালা কি নামেৰে জনাজাত আছিল

#23. অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ গ্ৰন্থখনৰ লেখক কোন?

Previous
Finish

Results

you can now paste the shortcode onto any page or post




You might also check these ralated posts.....

Read More

Leave a Comment