Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 14
Click on the start button below to start the mock test
#1. 'ৰাজতৰঙ্গিনী' গ্রন্থৰ ৰচক কোন?
#2. কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?
#3. মূলা গাভৰু কাৰ পত্নী আছিল?
#4. কোন চনত 'বংগ বিভাজন' হৈছিল?
#5. 'আইন-ই-আকবৰী' গ্রন্থ কোনে ৰচনা কৰিছিল?
#6. টিপু চুলতান ক'ৰ শাসনকর্তা আছিল?
#7. অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্রন্থৰ আধাৰত অংকিত?
#8. পঞ্চম শিখগুৰু টেগবাহাদুৰ কোনগৰাকী সম্রাটে প্রাণদণ্ড বিহিছিল?
#9. 'স্বৰাজ মোৰ জন্মস্বত্ব'-এই উক্তিটো কাৰ?
#10. কোনগৰাকী পাৰস্য সম্রাটে ভাৰতৰ পৰা ময়ূৰ সিংহাসন লৈ যায়?
#11. কোন খ্রীষ্টাব্দত বিশ্ব ঐতিহ্য তাজমহলৰ নিৰ্মাণ আৰম্ভ হৈছিল?
#12. কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত 'বন্দে মাতৰম' গীতটি প্রথম গাইছিল?
#13. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ লগত কোনজন ব্যক্তি জড়িত নহয়?
#14. কোনজন মোগল শাসকে দিল্লীৰপৰা আগ্রালৈ ৰাজধানী তুলি নিছিল?
#15. 'জন গণ মন' ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল কলিকতাত অনুষ্ঠিত কংগ্রেছ অধিবেশনত। অধিবেশনখন কোন চনত অনুষ্ঠিত হৈছিল?
Results