Assam Police AB/UB Constable Mock Test Part 13

By Montugayan

Published on December 30, 2023

Follow Us -

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 13 MCQ Part 13

Click on the start button below to start the mock test




 

#1. ‘বিজুলী’ কাকতৰ সম্পাদকজনৰ নাম লিখা।

#2. অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম লিখা।

#3. ‘কলং আজিও বয়’ নামৰ গল্প সংকলনখনৰ ৰচক কোন?

#4. ‘গাঁওবুঢ়া’ নামৰ ধেমেলীয়া নাটকখনৰ ৰচক কোন?

#5. পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশখনৰ নাম লিখা।

#6. (ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত?

#7. ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

#8. ‘সীমন্ত গান্ধী’ হিচকি কাক জনা যায়?

#9. দেশভক্তিমূলক গীত ‘বন্দে মাতৰম’ কোনে ৰচনা কৰিছিল?

#10. কংগ্ৰেছে কোনখন অধিৱেশনত ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰস্তাৱ গৃহীত হৈছিল?

#11. স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি ?

#12. ইয়াণ্ডাবু সন্ধি ত ব্রিটিছ আৰু মানসকলৰ মাজত স্বাক্ষৰিত হয়।

#13. ১৯২১ চনত গঠিত অসম প্রদেশ কংগ্রেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল ?

#14. আসাম এছ’ছিয়েচনৰ প্রথম সভাপতি আছিল-

#15. ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন হৈছিল?)

#16. ১৯৪৭ চনত অসমৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ হয়।

Previous
Finish

Results




Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

APSC Home Guards New Recruitment 2026 -Notification Out Apply Online +

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

SSC GD Constable 2025 Mock Test Part 2 Assamese

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment