Assam Police AB/UB Constable Mock Test Part 9

By Montugayan

Published on November 9, 2024

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 14 MCQ 

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!




 

#1. গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে কাক নিয়োগ কৰা হৈছিল?

#2. অসম সেনা-আৰক্ষী গঠন হৈছিল?

#3. অসমৰ আৰক্ষী আইনখন কেতিয়া গৃহীত হৈছিল?

#4. 1861 চনৰ আৰক্ষী আইনৰ অধীনত অসমত কিমানখন আৰক্ষী জিলাৰ সৃষ্টি হৈছিল?

#5. গুৱাহাটীৰ প্ৰথম গৰাকী আয়ুক্তক কোনে নিয়োগ কৰিছিল?

#6. প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন আছিল?

#7. 1835 চনত নগাঁও জিলাৰ অসামৰিক প্ৰশাসনৰ প্ৰধান কোন আছিল?

#8. দণ্ডাত্মক আৰক্ষীৰ গঠন হৈছিল।

#9. বে’ল আৰক্ষী বাহিনী (ৰে’লবে পুলিচ ফোর্চ) কেতিয়া অস্তিত্বলৈ আহিছিল?

#10. কোন বছৰত অসমৰ নতুন প্রদেশ গঠন হৈছিল?

#11. উপ-মহাপৰিদৰ্শক (DIG) পদবীটো সৃষ্টি কৰা হৈছিল।

#12. কিমান চনৰ পৰা গুৱাহাটী আৰক্ষী সঞ্চালক প্রধানৰ মুখ্য কাৰ্যালয় হয়?

#13. প্রথম আৰক্ষী উপ-মহাপৰিদৰ্শক কোন আছিল?

#14. পানবজাৰ আৰক্ষী থানা কোনখন আৰক্ষী জিলাৰ অধীনত?

Previous
Finish

Results

you can now paste the shortcode onto any page or post

Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Leave a Comment