Assam Police AB/UB Constable Mock Test Part 36

By Montugayan

Published on February 28, 2024

Follow Us -

Assam Police Constable AB/UB PYQ Assamese Or English

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 36

Click on the start button below to start the mock test




 

#1. মুহাম্মাদ বিন বখতিয়াৰ খিলজীৰ দ্বাৰা আক্ৰমণৰ সময়ত ইছলাম গ্ৰহণ কৰা মেচ জনজাতিৰ প্রথম স্থানীয় লোক কোন আছিল?

#2. আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

#3. আহোমসকল কৰ পৰা আহিছিল।

#4. আহোমসকলে কৰ পৰা অসমত প্ৰৱেশ কৰিছিল।

#5. চুকাফাই পাটকাই পর্বতমালাৰ কোনটো গিৰিপথেৰে গৈছিল বুলি কোৱা হয়?

#6. চুকাফাই চনত তেওঁৰ ৰাজধানী মং মাও ত্যাগ কৰিছিল।

#7. “একেটা জংঘলত দুটা বাঘ বাস নকৰে; দুজন ৰজা একেখন সিংহাসনত নবহে।” ওপৰোক্ত শাৰীবোৰ কোনে চুকাফাক কৈছিল?

#8. আহোমসকলে কোন চনত ব্রহ্মপুত্র উপত্যকাত প্ররেশ কৈছিল?

#9. প্রথম আহোম ৰজা চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

#10. ব্রহ্মপুত্র উপত্যকাত কোনে তেওঁৰ সৰু ৰাজ্যৰ নাম ‘মুং-ডুন-চান খাম’ ৰাখিছিল?

#11. আহোমসকলৰ কালক্ৰমত সজ্জিত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায়?

#12. অসমত বুৰঞ্জী লিখা প্রথা কোনে প্রৱৰ্তন কৰিছিল?

#13. নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল?

#14. . বুৰঞ্জী প্রথমে কোন ভাষাত সংকলিত কৰা হৈছিল?

#15. আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হৈছিল?

Previous
Finish

Results


click to copy shortcode

Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Join Indian Indian Army Recruitment 2026-27 Notification Out All Assam Direct Apply Online

Job Post:

Army Agniveer

Qualification:

10th Pass

Job Salary:

30,000/Month

Job Salary:

30,000/Month

Apply Now

Indian Reserve Battalion APSSB New Recruitment 2026-Notification Out (984 Post Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment