Assam Police AB/UB Constable Mock Test MCQ Part 8

By Montugayan

Published on November 7, 2024

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 21 MCQ Assam History

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!

 


 

#1. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

#2. কাৰ দিনত চীনা পৰিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?

#3. মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল?

#4. কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?

#5. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

#6. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

#7. অসমৰ মাটিৰ জৰীপ কার্য কোনে প্রথমে প্ৰৱৰ্তন কৰিছিল? (

#8. ‘চিলাৰজা’ উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল?

#9. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

#10. ‘অসম’ শব্দটোৰ উৎপত্তি হৈছিল?

#11. ‘শৰাইঘাটৰ ৰণ’ কিমান চনত সংঘটিত হৈছিল?

#12. অসমত কিমান চনত ‘ইয়াণ্ডাবু সন্ধি’ স্থাপন কৰা হৈছিল?

#13. অসমত কিমান চনত মানৰ প্ৰথম আক্রমণ হৈছিল?

#14. কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্রোহ হৈছিল?

#15. কিমান চনত মোৱামৰীয়াসকলৰ দ্বিতীয় যুদ্ধ হৈছিল?

#16. মীৰজুমলাই কেতিয়া অসম আক্রমণ কৰিছিল?

#17. কিমান চনত গড়গাঁৰত আহোমৰ ৰাজধানী স্থাপন হৈছিল?

#18. কিমান চনত শেন বংশৰ প্রতিষ্ঠা হৈছিল?

#19. কিমান চনত শেন বংশৰ প্রতিষ্ঠা হৈছিল?

#20. ‘অৰুনোদই’ সংবাদ পত্র কিমান চনত প্রকাশ কৰা হৈছিল?

#21. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল ?

Previous
Finish

Results

you can now paste the shortcode onto any page or post




Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Territorial Army Recruitment 2026- Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Join Indian Indian Army Recruitment 2026-27 Notification Out All Assam Direct Apply Online

Job Post:

Army Agniveer

Qualification:

10th Pass

Job Salary:

30,000/Month

Job Salary:

30,000/Month

Apply Now

Indian Reserve Battalion APSSB New Recruitment 2026-Notification Out (984 Post Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment