Assam Police ADRE Mock Test Part 47

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 47

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. তিৱাসকলৰ আন এটা নাম কি?

#2. তিৱাসকলৰ আদি বাসস্থান ক’ত আছিল?

#3. কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি?

#4. দেউৰীসকলে ক’ত পূজা কৰে?

#5. ছগ্রা মিছাৱা কোন জনগোষ্ঠীৰ উৎসৱ?

#6. দেউৰীসকলে কোন ধৰ্মৰ মানুহ?

#7. ‘হাইদাং গীত’ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য গীত?

#8. ‘খেৰাই পূজা’ কোনটো জনগোষ্ঠীৰ উৎসৱ?

#9. লাই হাৰাওবা কোনটো সম্প্ৰদায়ৰ মুখ্য উৎসৱ?

#10. কোনটো সম্প্রদায়ে তীজ আৰু তিহাৰ উৎসৱ পালন কৰে?

Previous
Finish

Results


click to copy shortcode



You might also check these ralated posts.....

Read More

Leave a Comment