Assam Police ADRE Mock Test Part 45

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 45

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. কাবেৰী নদী ক’ৰ পৰা উৎপত্তি হৈছে?

#2. ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়?

#3. ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ ব-দ্বীপ কোনটো?

#4. ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি?

#5. তলৰ কোন কেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য?

#6. চিল্কা হ্রদ কোন ৰাজ্যত অৱস্থিত?

#7. উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

#8. ভাৰতৰ একমাত্র জাগ্ৰত আগ্নেয়গিৰি উদ্‌দ্গীৰণ হোৱা ঠাইৰ নাম কি?

#9. ভাৰতবৰ্ষৰ অন্তৰ্গত হিমালয়ৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

Previous
Finish

Results


click to copy shortcode



You might also check these ralated posts.....

Read More

Leave a Comment