Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 34
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. কাৰদিনত হাজোত হয়গ্ৰীৰ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
#2. অসম এছ'চিয়েছন কেতিয়া গঠন হৈছিল? When was the Assam Association formed?
#3. 1903 চনত গঠন হোৱা অসম এছ'চিয়েছনৰ প্ৰথম সভাপতি কোন? Who was the first President of the Assam Association formed in 1903?
#4. অসমত দ্বিতীয় মুছলমানৰ আগ্রাসন কেতিয়া হৈছিল?When was the second Muslim invasion of Assam?
#5. মান আৰু ব্ৰিটিছৰ মাজত কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?When was the Treaty of Yandabu signed between the Mans and the British?
#6. ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰিটিছ পক্ষক কোনে প্রতিনিধিত্ব কৰিছিল?Who represented the British side during the Treaty of Yandaboo?
#7. কোনজন আহোম স্বৰ্গদেউ ল'ৰা ৰজা নামেৰে পৰিচিত আছিল ? Which Ahom king was known as Lara Raja?
#8. ‘বাঁহী'ৰ প্ৰথম সম্পাদক কোন আছিল?Who was the first editor of 'Banhi'?
#9. অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল?Who was the first Chief Commissioner of Assam?
#10. কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত আলাবৈ যুদ্ধ সংঘটিত হৈছিল?During the reign of which Ahom king did the Battle of Alabai take place?
Results
click to copy shortcode
You might also check these ralated posts.....