Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 27
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. জয়মতীত অভিনয় কৰা অসমীয়া চিনেমাৰ প্ৰথম মহিলা অভিনয় শিল্পী কোন আছিল?
#2. বঁটা বিজয়ী উপন্যাস আশীৰ্বাদৰ ৰং কোনে লিখিছিল?
#3. পিতৃ-মাতৃৰ মৃত্যুৰ পিছত শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল?
#4. শ্ৰীমন্ত শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল?
#5. অসমৰ কোন সাংস্কৃতিক মহীৰূহক কলাগুৰু বুলি জনা যায়?
#6. প্রথম খন অসমীয়া চিনেমা জয়মতী নিৰ্মাণ কৰিবলৈ কোন আগবাঢ়ি আহিছিল?
#7. শৰাই কি ধাতুৰে বনোৱা হয়?
#8. ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক কোন বুলি কোৱা হয়?
#9. কোন মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয়?
#10. ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল?
Results
click to copy shortcode
You might also check these ralated posts.....