Assam Police ADRE Mock Test Part 26

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 26

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





#1. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?

#2. 'তাৰিখ-ই-আছাম' বা 'ফাতিয়াহ-ই-ইব্রিয়া' গ্ৰন্থৰ ৰচক কোন?

#3. পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল?

#4. ভীমপুত্র ঘটোৎকোচ কোন ৰাজ্যৰ অধিকাৰী আছিল?

#5. আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

#6. জোঙাল বলহু গড় কোনে সজাইছিল?

#7. কোনজন আহোম স্বৰ্গদেবে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল?

#8. আহোম প্রথামতে হোৱা বিবাহক কি বুলি কোৱা হয়?

#9. ল'ৰা ৰজাৰ প্ৰকৃত নাম কি?

#10. ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল?

#11. শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?

Finish

click to copy shortcode



Leave a Comment