Assam Police ADRE Mock Test Part 23

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 23

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

#2. অসমলৈ কোনে মানক আমন্ত্ৰণ কৰিছিল?

#3. ফ্রানচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি?

#4. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

#5. ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল?

#6. ‘বেগম ৰহমত বাণু’ কোনগৰাকী অসমীয়া জীয়েকৰ নাম?

#7. বান ৰজাৰ জীয়েকৰ নাম কি?

#8. দিহিঙৰ ওচৰৰ চাৰগুৱালৈ কোনজন আহোম স্বৰ্গদেরে ৰাজধানী সলনি কিৰছিল?

#9. প্রাচীন অসমত সুৱৰ্ণপীঠ কোন কোন ঠাইৰ মাজত আছিল?

#10. প্রাগজ্যোতিষৰ প্ৰথম অনাৰ্য ৰজাজনক লোক বিশ্বাসমতে কি নামেৰে জনা যায়?

Previous
Finish

Results





You might also check these ralated posts.....

Read More

Leave a Comment