Assam Police ADRE Mock Test Part 15

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 15

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!

 
QUIZ START

#1. কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কমতাসকলৰ মাজত সশস্ত্র যুদ্ধ হৈছিল?

#2. কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দুধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল?

#3. ত্যাও খামতি কোনজন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল?

#4. পথৰুঘাটৰ কৃষক বিদ্রোহ বা পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

#5. আহোমৰ অন্তিমখন ৰাজধানী ক’ত স্থাপন কৰিছিল?

#6. শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

#7. অসমৰ পুৰণি নাম কি?

#8. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি?

#9. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল?

#10. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

Previous
Finish

Results


click to copy shortcode

You might also check these ralated posts.....

Read More

Leave a Comment