Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam History Part 7
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
#1. অসমৰ পুৰণি নাম কি?
#2. প্রাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল?
#3. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি?
#4. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল?
#5. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
#6. ভাস্কৰ বৰ্মনৰ শাসনকালত প্রাগজ্যোতিষলৈ অহা চীনা পৰিৱাজকৰ নাম কি?
#7. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?
#8. কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দুধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল?
#9. ত্যাও খামতি কোনজন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল?
#10. 1546 চনৰ প্ৰথম আহোম-কোচ ৰণৰ সময়ত আহোম ৰজা কোন আছিল?
Results
click to copy shortcode
You might also check these ralated posts.....