Assam Police AB/UB ADRE Mock Test English /Assamese Part 2

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam History Part 2

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!




 

#1. Who was the founder of the Pala dynasty? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

#2. Who was the first Assamese to fight against the British? ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্রথম অসমীয়া কোন?

#3. Who built the Umananda temple? কোনে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল?

#4. he last battle between Ahom and Mughal took place in the year মোগল আৰু আহোমৰ মাজত শেষ যুদ্ধ সংঘটিত হৈছিল ?

#5. Who led the first revolt against the British in Assam? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল?

#6. When was Maniram Dewan hanged? মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

#7. শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

#8. আহোমৰ অন্তিমখন ৰাজধানী ক’ত স্থাপন কৰিছিল?

#9. পথৰুঘাটৰ কৃষক বিদ্রোহ বা পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

#10. পথৰুঘাটৰ ৰণ ক’ত হৈছিল?

#11. Who wrote the Ramayana? ৰামায়ণ কোনে ৰচনা কৰিছিল?

#12. Who has written the ‘Harshacharita’? হর্ষচৰিত কোনে লিখিছিল?

#13. Where is Qutub Minar located? কুটুব মিনাৰ ক’ত অৱস্থিত?

#14. When was the Indian National Congress founded?ভাৰতীয় জাতীয় কংগ্রেছ কেতিয়া গঠন হৈছিল?

#15. Who was the first Governor General of Findependent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ জেনেৰেল কোন আছিল?

#16. Who was the author of “My experiment with Truth”? “মোৰ সত্য অন্বেষণৰ কাহিনী’ গ্ৰন্থৰ ৰচক হল?

Previous
Finish

Results


click to copy shortcode




You might also check these ralated posts.....

Read More

Leave a Comment