SSC GD Constable 24 February 2024 PYQ
SSC GD Constable 22 February 2024 PYQ Assamese SSC GD Constable 2024 Exam অহা Question Answer
Click on the start button below to start the mock test
#1. Silver Revolution is related to -- ৰূপালী বিপ্লৱ কিহৰ লগত জড়িত?
#2. Alamatti dam is built over river? আলামাটি বান্ধ নদীৰ ওপৰত নির্মিত?
#3. Lai Haraoba is the festival of which state? লাই হাৰোেবা কোনখন ৰাজ্যৰ উৎসৱ?
#4. Which of the following rivers falls into the Arabian sea? তলৰ কোনখন নদী আৰৱ সাগৰত পৰিছেগৈ?
#5. The SI unit of magnetic flux density is চুম্বকীয় প্ৰবাহৰ SI একক কি?
#6. The provision related to the federal characteristics of India is related to which country? ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাব বৈশিষ্টসমূহ কোনখন দেশৰ সৈতে একে?
#7. Walker Cup is associated with রাকাৰ কাপ জড়িত?
#8. 'Gidda' is a dance form of which state? গিদ্ধা কোনখন ৰাজ্যৰ নৃত্য?
#9. Who among the following is the present governor of Uttar Pradesh? তলৰ কোন উত্তৰ প্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল?
#10. Article 148 of the Constitution of India guides towards the appointment of ভাৰতীয় সংবিধানৰ 148 নং অনুচ্ছেদত কাৰ নিযুক্তিৰ কথা উল্লেখ আছে?
#11. How many fundamental rights are there in India? ভাৰতত কেইটা মৌলিক অধিকাৰ আছে?
#12. Who was the first Indian composer to win the Grammy Award? গ্রেমী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় সুৰকাৰ কোন?
#13. How many players are there in a Polo team? এটা পোলো টীমত কিমানটা খেলুরৈ থাকে?
#14. Article 43 of the Indian Constitution deals with the ভাৰতীয় সংবিধানৰ 43 নং অনুচ্ছেদত কোৱা হৈছে-
#15. In reference to the Cricket World Cup-2023 final, which one is correct from the following? ক্রিকেট বিশ্বকাপ 2023 ফাইনেল সাপেক্ষে তলৰ কোনটো উক্তি সত্য?
#16. Gir National Park' is located in? গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে?
Results
click to copy shortcode