SSC GD Constable 22 February 2024 PYQ
SSC GD Constable 22 February 2024 PYQ Assamese SSC GD Constable 2024 Exam অহা Question Answer
Click on the start button below to start the mock test
#1. ৰক্মিণী দেৱীৰ সম্পৰ্ক কোন নৃত্যৰ লগত?
#2. ২০২৩ চনৰ মহাৰাষ্ট্ৰ উদ্যোগ ৰত্ন বঁটা কাক দিয়া হৈছে?
#3. ভাৰতে কেতিয়া দ্বিতীয়বাৰৰ বাবে নিজৰ মুদ্ৰাৰ বিমুদ্ৰাকৰণ কৰিছিল?
#4. কোনখন ৰাজ্যত লিংগ অনুপাত সর্বনিম্ন?
#5. চাইমন কমিচন কেতিয়া ভাৰতলৈ আহিছিল?
#6. হৰপ্পা চহৰ কোনখন নদীৰ পাৰত অৱস্থিত?
#7. গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
#8. কোনটো খেলৰ লগত অঞ্জুম চোপ্ৰাৰ সম্পৰ্ক?
#9. ফুটবল দলত কিমানজন খেলুৱৈয়ে খেলে?
#10. ৰাধা শ্ৰীধৰ কোনটো নৃত্যৰ লগত সম্পর্ক আছে?
#11. টিপু চুলতান কেতিয়া মহীশূৰৰ শাসক হৈছিল?
#12. পণ্ডিত ৰবি শংকৰৰ সম্পৰ্ক কোনটো বাদ্যযন্ত্ৰৰ সৈতে?
#13. কুকা আন্দোলন কেতিয়া হৈছিল?
#14. কুচিপুড়ী কোন ঠাইৰ বিখ্যাত নৃত্য?
#15. ভৰতনাট্যমৰ প্ৰাচীন নাম কি আছিল?
#16. আৰ বি আই কেতিয়া প্রতিষ্ঠা হৈছিল?
#17. মৌর্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
#18. সময়ৰ SI একক কিমান?
Results