Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 27
Click on the start button below to start the mock test
#1. গান্ধীজীৰ ক'ত জন্ম হৈছিল? Where was Gandhi Ji born?
#2. Who was the political guru of Mahatma Gandhi ji? *মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল
#3. When did Mahatma Gandhi return to India from South Africa? মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ ঘূৰি আহিছিল?
#4. Mohandas Karamchand Gandhi was called Mahatma by? **মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা বুলি কৈছিল --
#5. When was the Gandhi - Irwin Pact signed? **গান্ধী - আৰৱিন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
#6. At which one of the following places did Mahatma Gandhi first start his Satyagraha in India? *মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্রথমে সত্যাগ্রহ আৰম্ভ কৰিছিল?
#7. প্রাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
#8. প্রাগজ্যোতিষপুৰৰ প্রাচীনতম ৰজা কোন আছিল?
#9. সংস্কৃতৰ কোনটো শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল?
#10. ৰামায়ণত আৰু মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল?
#11. ৰামায়ণৰ মতে, অমূর্তৰাজ কোন খন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?
#12. ঘটকাসুৰক কোনে হত্যা কৰিছিল?
#13. প্রাক-ইতিহাস সূত্র অনুসৰি নৰকাসুৰৰ মাতৃ আছিল।
#14. When is World Hindi Day celebrated? • বিশ্ব হিন্দী দিৱস কেতিয়া পালন কৰা হয়?
#15. What is the capital of Denmark? ডেনমাৰ্কৰ ৰাজধানী কি?
Results