Assam Police AB/UB Constable Mock Test Part 27

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 27

Click on the start button below to start the mock test




 

#1. গান্ধীজীৰ ক’ত জন্ম হৈছিল? Where was Gandhi Ji born?

#2. Who was the political guru of Mahatma Gandhi ji? *মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল

#3. When did Mahatma Gandhi return to India from South Africa? মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ ঘূৰি আহিছিল?

#4. Mohandas Karamchand Gandhi was called Mahatma by? **মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা বুলি কৈছিল —

#5. When was the Gandhi – Irwin Pact signed? **গান্ধী – আৰৱিন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

#6. At which one of the following places did Mahatma Gandhi first start his Satyagraha in India? *মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্রথমে সত্যাগ্রহ আৰম্ভ কৰিছিল?

#7. প্রাচীন কালত অসমক কি নামেৰে জনা গৈছিল?

#8. প্রাগজ্যোতিষপুৰৰ প্রাচীনতম ৰজা কোন আছিল?

#9. সংস্কৃতৰ কোনটো শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল?

#10. ৰামায়ণত আৰু মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল?

#11. ৰামায়ণৰ মতে, অমূর্তৰাজ কোন খন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?

#12. ঘটকাসুৰক কোনে হত্যা কৰিছিল?

#13. প্রাক-ইতিহাস সূত্র অনুসৰি নৰকাসুৰৰ মাতৃ আছিল।

#14. When is World Hindi Day celebrated? • বিশ্ব হিন্দী দিৱস কেতিয়া পালন কৰা হয়?

#15. What is the capital of Denmark? ডেনমাৰ্কৰ ৰাজধানী কি?

Previous
Finish

Results

you can now paste the shortcode onto any page or post

You might also check these ralated posts.....

Read More

Leave a Comment