Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 24
Click on the start button below to start the mock test
#1. বড়ো সাহিত্য সভা কোন চন গঠন কৰা হৈছিল।
#2. কাৰ ৰাজত্বকালত বংঘব নির্মাণ কৰা হৈছিল।
#3. অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত?
#4. শ্রীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে?
#5. জাপানব মুদ্রাৰ নাম হৈছে:
#6. নিম্নলিখিত দলংসমূহব কোনখন গুৱাহাটীৰ সমীপৱতী?
#7. নিম্নলিখিত ভ্রাম্যমান থিয়েটাৰ দল সমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি?
#8. "অ' মোৰ আপোনাৰ দেশ" সঙ্গীতটিক কোনে সুৰাৰোপিত কৰিছিল?
#9. অসমীয়া ভাষাৰ প্রথম আলোচনী "অৰুণোদই" কোন ঠাইৰ পৰা প্রকাশিত হৈছিল?
#10. জ্ঞানপীঠ বটা প্রাপক প্রথম অসমীয়া লেখক গৰাকী হৈছে
#11. 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত বৃটিচ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা ঠাইখন হৈছে:
#12. বাল্মিকী ৰামায়ণৰ অসমীয়া অনুবাদিত গ্রন্থ সপ্তকাণ্ড ৰামায়ণ খন কোনে লিখি উলিয়াইছিল?
#13. অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত?
#14. ৰাষ্ট্রীয় বোলচবি মহোৎসৱত পূর্ণাঙ্গ দৈৰ্ঘ্যৰ বোলচবিৰ শিতানত সর্বশ্রেষ্ঠ বোলচবিৰ খিতাপ লাভ কৰা প্রথম অসমীয়া বোলচবিখন হৈছে:
#15. টোকলাই চাহ গৱেষণা প্রতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে:
Results