Assam Police AB/UB Constable PYQ MCQ Part 14

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 14

Click on the start button below to start the mock test




 

#1. ‘ৰাজতৰঙ্গিনী’ গ্রন্থৰ ৰচক কোন?

#2. কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?

#3. মূলা গাভৰু কাৰ পত্নী আছিল?

#4. কোন চনত ‘বংগ বিভাজন’ হৈছিল?

#5. ‘আইন-ই-আকবৰী’ গ্রন্থ কোনে ৰচনা কৰিছিল?

#6. টিপু চুলতান ক’ৰ শাসনকর্তা আছিল?

#7. অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্রন্থৰ আধাৰত অংকিত?

#8. পঞ্চম শিখগুৰু টেগবাহাদুৰ কোনগৰাকী সম্রাটে প্রাণদণ্ড বিহিছিল?

#9. ‘স্বৰাজ মোৰ জন্মস্বত্ব’-এই উক্তিটো কাৰ?

#10. কোনগৰাকী পাৰস্য সম্রাটে ভাৰতৰ পৰা ময়ূৰ সিংহাসন লৈ যায়?

#11. কোন খ্রীষ্টাব্দত বিশ্ব ঐতিহ্য তাজমহলৰ নিৰ্মাণ আৰম্ভ হৈছিল?

#12. কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘বন্দে মাতৰম’ গীতটি প্রথম গাইছিল?

#13. ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ লগত কোনজন ব্যক্তি জড়িত নহয়?

#14. কোনজন মোগল শাসকে দিল্লীৰপৰা আগ্রালৈ ৰাজধানী তুলি নিছিল?

#15. ‘জন গণ মন’ ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল কলিকতাত অনুষ্ঠিত কংগ্রেছ অধিবেশনত। অধিবেশনখন কোন চনত অনুষ্ঠিত হৈছিল?

Previous
Finish

Results

you can now paste the shortcode onto any page or post




You might also check these ralated posts.....

Read More

Leave a Comment