Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 13 MCQ Part 13
Click on the start button below to start the mock test
#1. 'বিজুলী' কাকতৰ সম্পাদকজনৰ নাম লিখা।
#2. অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম লিখা।
#3. 'কলং আজিও বয়' নামৰ গল্প সংকলনখনৰ ৰচক কোন?
#4. 'গাঁওবুঢ়া' নামৰ ধেমেলীয়া নাটকখনৰ ৰচক কোন?
#5. পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশখনৰ নাম লিখা।
#6. (ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত?
#7. ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
#8. 'সীমন্ত গান্ধী' হিচকি কাক জনা যায়?
#9. দেশভক্তিমূলক গীত 'বন্দে মাতৰম' কোনে ৰচনা কৰিছিল?
#10. কংগ্ৰেছে কোনখন অধিৱেশনত ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰস্তাৱ গৃহীত হৈছিল?
#11. স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি ?
#12. ইয়াণ্ডাবু সন্ধি ত ব্রিটিছ আৰু মানসকলৰ মাজত স্বাক্ষৰিত হয়।
#13. ১৯২১ চনত গঠিত অসম প্রদেশ কংগ্রেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল ?
#14. আসাম এছ'ছিয়েচনৰ প্রথম সভাপতি আছিল-
#15. ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন হৈছিল?)
#16. ১৯৪৭ চনত অসমৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ হয়।
Results