Assam Police AB/UB Constable Mock Test Part 12

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 12

Click on the start button below to start the mock test

 


#1. অসমীয়া সাহিত্যত 'সাহিত্যৰথী' হিচাপে কাক জনা যায়?

#2. ১৯৬৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পাছত প্রকাশিত গ্রন্থখনৰ নাম কি?

#3. চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতা পুথি বীণ বৰাগী কোন চনত প্ৰকাশ পাইছিল?

#4. অসমীয়া ভাষাত -বিভক্তি পোৱা নাযায়।

#5. পদ্ম আছে নাভিত যাৰ =

#6. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

#7. জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত প্রথম চলচ্চিত্র ষ্টুডিঅ' নির্মাণ কৰিছিল। এই ষ্টুডিঅ'টোৰ নাম কি?

#8. জ্যোতিপ্ৰসাদ আগৰৱালাই কোন চনত প্ৰথম অসমীয়া চলচ্চিত্র 'জয়মতী' নির্মাণ কৰিছিল।

#9. অসমীয়া সাহিত্যৰ ৰূপকোঁৱৰঃ

#10. কোন চনত পদ্মনাথ গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল?

#11. 'মানুহ' শব্দৰ আগত কি শব্দ বহুৱাই লিংগ নির্ণয় কৰা হয়?

#12. জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

#13. প্রতিমাৰ খনিকৰ' বুলি কাক কোৱা হয়?

#14. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূলমন্ত্র কি আছিল ?

#15. অসমৰ প্ৰথম সাহিত্যিক পেন্সনাৰ কোন?

Finish

click to copy shortcode




Leave a Comment