Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 21 MCQ Assam History
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
You might also check these ralated posts.....
#1. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?
#2. কাৰ দিনত চীনা পৰিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?
#3. মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল?
#4. কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?
#5. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
#6. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
#7. অসমৰ মাটিৰ জৰীপ কার্য কোনে প্রথমে প্ৰৱৰ্তন কৰিছিল? (
#8. 'চিলাৰজা' উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল?
#9. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
#10. 'অসম' শব্দটোৰ উৎপত্তি হৈছিল?
#11. 'শৰাইঘাটৰ ৰণ' কিমান চনত সংঘটিত হৈছিল?
#12. অসমত কিমান চনত 'ইয়াণ্ডাবু সন্ধি' স্থাপন কৰা হৈছিল?
#13. অসমত কিমান চনত মানৰ প্ৰথম আক্রমণ হৈছিল?
#14. কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্রোহ হৈছিল?
#15. কিমান চনত মোৱামৰীয়াসকলৰ দ্বিতীয় যুদ্ধ হৈছিল?
#16. মীৰজুমলাই কেতিয়া অসম আক্রমণ কৰিছিল?
#17. কিমান চনত গড়গাঁৰত আহোমৰ ৰাজধানী স্থাপন হৈছিল?
#18. কিমান চনত শেন বংশৰ প্রতিষ্ঠা হৈছিল?
#19. কিমান চনত শেন বংশৰ প্রতিষ্ঠা হৈছিল?
#20. 'অৰুনোদই' সংবাদ পত্র কিমান চনত প্রকাশ কৰা হৈছিল?
#21. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল ?
Results