Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 25 MCQ
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
You might also check these ralated posts.....
#1. নদীৰ ওপৰত নিৰ্মিত দীর্ঘতম ৰোপরে বা ৰজ্জু পথ আছে অসমত। এই ৰোপরেই সংযোগ কৰিছে- ?
#2. ২০২০ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছে?
#3. বৰ্তমান অসমৰ শিক্ষামন্ত্রী কোন?
#4. অসম বিধান সভাৰ সদস্য সংখ্যা কিমান?
#5. অসমৰ ৰাজ্যিক পক্ষী কি?
#6. তলৰ কোনখন অসমীয়া মাহেকীয়া আলোচনীয়ে ৫০ বছৰ সম্পূৰ্ কৰিছে?
#7. মৃত্যুঞ্জয়'ৰ ৰচয়িতা কোন?
#8. অসমৰ ৰাজ্যিক বৃক্ষ ?
#9. তলৰ কোনখন পুথি শংকৰদেৱে ৰচনা কৰা নহয়?
#10. তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্রাট ঔৰংগজেৱৰ বোৱাৰী হৈছিল?
#11. ঐতিহাসিক গোহাঁই কমল আলি ক'ৰ পৰা কলৈ বিস্তৃত আছে?
#12. কামৰূপৰ কোনজন ৰজাৰ হর্ষবর্ধনৰ লগত আছিল?
#13. উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন গো- চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হৈছে?
#14. অসমৰ স্বাধীনতা সংগ্রামী-শ্বহীদ কনকলতাৰ সন্মানার্থে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এখন জাহাজৰ নাম 'কনকলতা বকরা' (ICGS Kanaklata Barua) ৰখা হৈছে। এই জাহাজখন ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কোনটো বাহিনীৰ অন্তৰ্গত?
#15. ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শর্মাপূজাৰীয়ে ৰচনা কৰা উপন্যাসখন?
#16. তলৰ কোনটো অসম আৰক্ষীৰ মূল মন্ত?
#17. কোঁচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাও ?
#18. ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম কোনগৰাকী অসমীয়া মহিলা কোন?
#19. তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্রাট ঔৰংগজেৱৰ বোৱাৰী হৈছিল?
#20. ঐতিহাসিক গোহাঁই কমল আলি কৰ পৰা কলৈ বিস্তৃত আছে?
#21. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনজন চীনা পৰিব্রাজক অসমলৈ আহিছিল?
#22. দিহিঙৰ পাৰৰ চৰণ্ডৱাত কোনে আহোমৰ ৰাজধানী স্থাপন কৰিছিল ?
#23. নামদাঙৰ শিলৰ সাঁকো কোনে নির্মাণ কৰোৱাইছিল, ?
#24. গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যৱস্থা কেতিয়া কৰা হয়?
Results