SSC GD Constable 2025 Mock Test Part 1 Assamese

SSC GD Constable PYQ Mock test Assamese ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Part 1

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক





#1. 2023 চনৰ নেছানেল গেমছ আয়োজক ৰাজ্যখনৰ কিমানখন চহৰত আয়োজন কৰা হৈছিল?

#2. 2023 চনৰ নৱেম্বৰ মাহলৈকে ভাৰতীয় মূলৰ—--- যুক্তৰাজ্যৰ গৃহ সচিব আছিল।

#3. অলিম্পিকৰ টেবুল টেনিছ ইভেন্টত যদি পইন্ট 10-10 ত টাই হয়, তেন্তে এগৰাকী খেলুৱৈয়ে খেলখনত জয় কৰিবলৈ —--পইণ্টৰ অগ্রগতি লাভৰ বাবে চেষ্টা কৰিব লাগিব।

#4. লিয়েণ্ডাৰ পেজ—-ৰ সৈতে জড়িত।

#5. কোনটো কেন্দ্রীয় মন্ত্রালয়ে 'এমাজন ফিউচাৰ ইঞ্জিনিয়াৰ প্ৰ'গ্ৰাম' আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল?

#6. উস্তাদ বিন্দা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল?

#7. সেউজ বিপ্লবে ভাৰতৰ —---আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

#8. সংবিধানে চৰকাৰৰ ক্ষমতা বহু ক্ষেত্ৰত সীমিত কৰে। চৰকাৰৰ ক্ষমতা সীমিত কৰাৰ আটাইতকৈ সাধাৰণ উপায় হ'ল কিছুমান বিশেষ —-নিৰ্দিষ্ট কৰা, যিবোৰ নাগৰিক হিচাপে আমাৰ সকলোৰে আছে আৰু কোনো চৰকাৰক সেয়া কেতিয়াও উলংঘা কৰিবলৈ দিব নোৱাৰি।

#9. ইণ্টাৰনেশ্যনেল শুটিং স্পর্টছ ফেডাৰেচন ৱৰ্ল্ডকাপ 2022 ক'ত অনুষ্ঠিত হৈছিল?

Finish

click to copy shortcode



Leave a Comment