Assam Police Constable AB/UB PYQ Assamese Or English
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 37
Click on the start button below to start the mock test
#1. সাতঘৰীয়া আহোমসকলক কোনে বর্ণনা কৰিছিল?
#2. কমতা ৰাজ্যৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুদ্ধৰ সময়ত আহোমৰ কোন ৰজা আছিল?
#3. চাৰিং ৰাজাৰ পদ কোনে প্ৰতিষ্ঠা কৰিছিল?
#4. কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমবাৰৰ বাবে 'কামতেশ্বৰ' উপাধি গ্রহণ কৰিছিল?
#5. কোন কমতা ৰজাৰ শাসনকালত মহম্মদ-বিন-টোগলকে কমতা ৰাজ্য আক্রমণ কৰিছিল?
#6. বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল?
#7. হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই ৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
#8. হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰি হৰ বিপ্ৰৰ মাজত কি সাদৃশ্য আছিল?
#9. ষোড়শ শতিকাৰ প্ৰখ্যাত কামৰূপী কবি চন্দ্ৰহাৰতীয়ে ক'ত বাস কৰিছিল?
#10. ...............চনত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্রমণ কৰিছিল।
#11. চিকন্দৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল?
#12. জোঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল?
#13. চুতুফাৰ মৃত্যুৰ পাছত কোনে চাৰি বছৰ ধৰি আহোমৰ প্ৰশাসন চলাইছিল?
#14. ১৩৭৬-১৩৮০ খৃষ্টাব্দত বুঢ়াগোহাঁই আৰু বৰগোহাঁইয়ে আহোম ৰাজ্যৰ প্রশাসন আগুৱাই নিছিল তেওঁলোকৰ পিছত পৰৱৰ্তী আহোমৰ ৰজা কোন আছিল?
#15. আহোমৰ ৰাজকীয় লোকসকলৰ সমাধি স্তূপবোৰক কি বুলি কোৱা হৈছিল?
Results
click to copy shortcode