Assam Police Constable AB/UB PYQ Assamese Or English
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 12
Click on the start button below to start the mock test
#1. . দিহিং নদীৰ ওচৰৰ চৰণ্ডৱাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল?
#2. টাই- আহোম ৰজাসকলৰ পৰম্পৰাগত ৰাজ্যাভিষেক অনুষ্ঠানক কি নামেৰে জনা গৈছিল?
#3. নিম্নলিখিত কোনজন আহোমৰ ৰজাই শিঙৰীঘৰত উঠা অনুষ্ঠানৰ আৰম্ভ কৰিছিল?
#4. নিম্নলিখিত কোন জন আহোমৰ ৰজাই প্রথমে শিঙৰীঘৰত উঠা অনুষ্ঠান পালন কৰিছিল?
#5. শিঙৰী ঘৰ নামৰ আহোম ৰাজ্যাভিষেকৰ ঘৰটি কিহেৰে নিৰ্মাণ কৰিছিল?
#6. আহোম ৰাজবংশৰ কোনজন ৰজাৰ শাসনকালত হিন্দু ধৰ্মৰ বিকাশৰ প্ৰথমে চিহ্নিত হৈছিল?
#7. কোন ৰাজবংশয়ে অসমত ড্রেগন-খোদিত সিংহাসন ব্যৱহাৰ কৰিছিল?
#8. . অসমলৈ তিতা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল?
#9. নিম্নলিখিত কোনটো গোত্রই আহোমৰ ৰাজত্বকালত পৰম্পৰাগত ৰীতি-নীতি সমূহ পালন কৰিছিল?
#10. . আহোম ৰাজ্যত দেওধাই বুলি কাক হয়?
#11. প্রথম আহোম-কছাৰী যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
#12. প্রথম আহোম-কছাৰী যুদ্ধ কাৰ শাসনকালত সংঘটিত হৈছিল।
#13. খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
#14. ১৪৯৮ চনত খেন শাসক নীলাম্বৰক কোনে পৰাজিত কৰিছিল?
#15. নিম্নলিখিত বংগৰ কোন শাসকে কামতা ৰাজ্যৰ অন্তিম ৰজাক পৰাজিত কৰিছিল?
#16. গিয়াছুদ্দিন আউলিয়াৰ সৈতে সম্পর্কিত আছিল?
#17. কানাই বৰশী বোৱা শিলালিপি ক’ত আছে?
#18. মণিকৰ্ণেশ্বৰ পাহাৰৰ ওচৰৰ কানাই বৰশী বোৱা শিলালিপি কি ভাষাত লিখা হৈছিল?
#19. খেন ৰাজবংশৰ অন্তিম শাসক কোন আছিল?
#20. দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়?
Results
click to copy shortcode