Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 50
Telegram Group
Join Now
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. গোপীনাথ বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল?
#2. অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল ?
#3. অসমত দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল
#4. অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
#5. নিম্নলিখিত কোনখন কিতাপ তৰুণ গগৈয়ে লিখিছে?
#6. নিম্নলিখিত কোনখন কিতাপ হিমন্ত বিশ্ব শর্মাই লিখিছে?
#7. অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ?
#8. অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল ?
#9. সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল?
#10. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
Results
click to copy shortcode