Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 49
Telegram Group
Join Now
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. ভাৰতৰ ৰাষ্ট্ৰীয় ক্রীড়া?
#2. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
#3. ছিকিম ৰাজ্যৰ ৰাজধানী ক’ত?
#4. ভাৰতীয় শাস্ত্রীয় নৃত্যৰ মূল উৎস ‘নাট্য শাস্ত্ৰ’ৰ ৰচক কোন?
#5. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?
#6. ভাৰতৰ ভূ-স্বৰ্গ বুলি কোনখন ৰাজ্যক জনা যায়?
#7. সূৰ্যৰ ৰশ্মি পৃথিবী আহি পাবলৈ কিমান সময় লাগে?
#8. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?
#9. পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?
#10. ‘An inquiry into the nature and causes wealth of Nations’ নামৰ কিতাপখনৰ লেখক কোন?
Results
click to copy shortcode