Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 46
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. ভাৰতৰ কোন ঠাইত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল?
#2. ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয়?
#3. ভাৰতৰ ক’ত প্ৰথম ছপাশাল প্রতিষ্ঠা কৰা হৈছিল?
#4. তলত উল্লেখিত কোনটো নদী সমগ্ৰ ভাৰততে প্রবাহিত হোৱা দীঘল নদী?
#5. কৃত্রিম হ্রদ ‘গোবিন্দ সাগৰ’ ক’ত অৱস্থিত?
#6. আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বোলা হয়?
#7. মিচিংসকলৰ জাতীয় উৎসৱ কি?
#9. বড়োসকলৰ প্ৰধান উৎসৱ কি?
#10. ৰাভাসকলৰ প্ৰধান উৎসৱ কি?