Assam Police ADRE Mock Test Part 36

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 36

Telegram Group Join Now

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. আলাবৈ যুদ্ধ কেতিয়া হৈছিল?

#2. গদাপাণি বা গদাধৰ সিংহ কাৰ পুত্ৰ আছিল?

#3. লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল?

#4. আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ শেষ যুদ্ধখন কেতিয়া হৈছিল?

#5. 1682 খ্রীষ্টাব্দত ইটাখুলিৰ যুদ্ধ হোৱা অসমৰ বৰ্তমানৰ স্থানৰ নাম লিখা।

#6. ইটাখুলি যুদ্ধৰ সময়ত মোগলৰ পক্ষৰ সেনাপতি কোন আছিল?

#7. ইটাখুলি যুদ্ধৰ সময়ত আহোমৰ পক্ষৰ সেনাপতি কোন আছিল?

#8. কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত বংগৰ পৰিকল্পিত আক্রমণ সংঘটিত হৈছিল?

#9. বিখ্যাত নাটক ‘শংখচুড় বধ কাব্য’ কোনে ৰচনা কৰিছিল?

Previous
Finish

click to copy shortcode



Leave a Comment