Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 33
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. ‘An inquiry into the nature and causes wealth of Nations’ নামৰ কিতাপখনৰ লেখক কোন?
#2. ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰথম গৰ্ভনৰৰ্জনৰ নাম কি?
#3. বিশ্ব বাণিজ্য সংস্থা (WTO) ৰ মুখ্য কাৰ্যলয় ক’ত অৱস্থিত?
#4. গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হৈছিল?
#5. ভাৰতৰ জাতীয় আয় কমিটি কেতিয়া গঠন কৰা হৈছিল?
#6. নিটি আয়োগ কেতিয়া গঠন কৰা হৈছিল?
#7. ভাৰতবৰ্ষত প্রথমে স্থাপন কৰা বেংকটোৰ নাম কি?
#8. ভাৰতীয় জীৱন বীমা নিগম (এলআইচি) কিমান চনত গঠন কৰা হৈছিল?
#9. ভাৰতত জি.এছ.টি-ৰ ব্যবস্থা কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছে?
#10. ভাৰতৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি?
you can now paste the shortcode onto any page or post