Assam Police ADRE Mock Test Part 32

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 32

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. ভাৰতীয় শাস্ত্রীয় নৃত্যৰ মূল উৎস ‘নাট্য শাস্ত্ৰ’ৰ ৰচক কোন?

#2. ‘কথাকলি’ কোনখন ৰাজ্যত প্রচলিত লোকনৃত্য?

#3. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?

#4. ‘দণ্ডিয়া’ কোন ৰাজ্যৰ জনপ্রিয় নৃত্য?

#5. ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি?

#6. ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন?

#7. ভাৰতৰ প্ৰথম মুখ্য নির্বাচন আয়ুক্ত কোন?

#8. তলত উল্লেখিত কোনটো নৃত্য একক নৃত্য?

#9. ভাৰতৰ ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্রী কোন?

Previous
Finish

Results


click to copy shortcode



You might also check these ralated posts.....

Read More

Leave a Comment