Assam Police ADRE Mock Test Part 29

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 29

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. ডিগবৈত কিমান চনত তেল শোধনাগৰ স্থাপন কৰা হৈছিল?

#2. অসমৰ কোনবিধ সামগ্রীয়ে Geographical Indication Logo লাভ কৰিছিল?

#3. পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত?

#4. বিশ্বৰ দ্বিতীয় ঘোলা নদী বা নৈ কোনখন?

#5. অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল?

#6. অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল?

#7. অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন?

#8. কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল?

#9. মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল?

#10. অসমৰ মৰাপাট কল ক’ত অৱস্থিত?

Previous
Finish

Results


click to copy shortcode



Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top