Assam Police ADRE Mock Test Part 25

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 25

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. কোন চনত ড° হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল?

#2. কোন চনত ড° হাজৰিকাক দাদাচাহেব ফাল্কে বঁটা প্রদান কৰা হৈছিল?

#3. কোনখন চিনেমাৰ জড়িয়তে ড° হাজৰিকাই নেপথ্য গায়ক ৰূপে আত্মপ্রকাশ কৰিছিল?

#4. কোন চনত ড° হাজৰিকাক সংগীত নাটক অকাডেমী বঁাঁটা প্ৰদান কৰা হৈছিল?

#5. কোনখন বিশ্ববিদ্যালয়ৰ পৰা ড° হাজৰিকাই ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰিছিল?

#6. ড° হাজৰিকাই পৰিচালনা কৰা প্ৰথম চিনেমা কোনখন আছিল?

#7. 1926 চনত ড° হাজৰিকাই ক’ত জন্মগ্রহণ কৰিছিল?

#8. অসম সাহিত্য সভাৰ প্রতীকটো কোনে আঁকিছিল?.

#9. চুটি গল্প সংকলন শৃংখলৰ বাবে সাহিত্য অকাডেমী বঁটা কোনে লাভ কৰিছিল?

#10. মোৰ যে কিমান হেপাহ নামৰ কবিতা সংকলনৰ লেখক কোন আছিল?

Previous
Finish

Results

you can now paste the shortcode onto any page or post



You might also check these ralated posts.....

Read More

Leave a Comment