Assam Police ADRE Mock Test Part 21

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 21

Telegram Group Join Now

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!





 

#1. জ্যোতি চিত্রবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

#2. 1921 চনৰ অসম ভ্ৰমণৰ সময়ত গান্ধীজী তলত উল্লেখ কৰা কোনটো ঘৰত আছিল?

#3. অসম নাট্য সম্মিলনৰ প্ৰথম সভাপতি কোন আছিল?

#4. বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

#5. অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে?

#6. কোন চনত ড° ভূপেন হাজৰিকাক অসম ৰত্ন বঁটা প্রদান কৰা হৈছিল?

#7. কোন চনত ড° হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল?

#8. কোনখন চিনেমাৰ জড়িয়তে ড° হাজৰিকাই নেপথ্য গায়ক ৰূপে আত্মপ্রকাশ কৰিছিল?

#9. চামেলী মেমচাব চিনেমাখনৰ জৰিয়তে ড° হাজৰিকাই কোনটো ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল?

Previous
Finish




Leave a Comment