Assam Police Constable Mock Test Part 19

Assam Police AB/UB ConstablePYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 19

Telegram Group Join Now

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!




 

#1. কোনে খ্যান বা খেন বা সেন বংশ প্রতিষ্ঠা কৰিছিল?

#2. সর্বপ্রথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি?

#3. কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল?

#4. চতুীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি?

#5. কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল? Who founded the Koch kingdom?

#6. নৰনাৰায়ণৰ আচল নাম কি?

#7. শুক্লধ্বজক কি নামেৰে জনা যায়?

#8. চিলাৰায় কাৰ হাতত বন্দী হৈছিল?

#9. কেতিয়া আহোম শাসন আৰম্ভ হৈছিল?

#10. আহোমসকল কোন নৃ-গোষ্ঠীয় লোক?

#11. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

#12. আহোমৰ শেষ ৰজা বা স্বৰ্গদেউৰ নাম কি?

Previous
Finish
you can now paste the shortcode onto any page or post



Leave a Comment