Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 18
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. আহোমৰ শেষ ৰজাজন কোন আছিল ?
#2. আহোমৰ প্ৰথম ৰজাজন কোন আছিল ?
#3. কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ?
#4. অসম সাহিত্যসভাৰ প্ৰথম অধিৱেশন কোন ঠাইত হৈছিল ?
#5. Board of Control for Cricket in India (BCCI) ৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
#6. Where is the ICC Headquarters located ? ICC ৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
#7. বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি ?
#8. প্ৰথম বৰপাত্রগোহাঁই কনচেং কোনটো নামেৰে বেছি জনাজাত আছিল ?
#9. নামদাং নদীৰ ওপৰত শিলৰ সাঁকোখন কোনে নির্মাণ কৰিছিল?
#10. জয়দ'ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
Results
click to copy shortcode