Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 16
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. ভাস্কৰ বৰ্মনৰ শাসনকালত প্রাগজ্যোতিষলৈ অহা চীনা পৰিৱাজকৰ নাম কি?
#2. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?
#3. হর্ষবর্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি?
#4. হিউ-য়েন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি?
#5. শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি?
#6. পাল বংশৰ প্ৰতিষ্ঠাতা কোন?
#7. মহম্মদ-বিন-বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল?
#8. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল?
#9. তাবাকাৎ-ই-নীছিৰী' গ্ৰন্থৰ ৰচক কোন?
#10. প্রাচীন গৌড় ৰাজ্য বৰ্তমান ক'ত অবস্থিত?
#11. 1546 চনৰ প্ৰথম আহোম-কোচ ৰণৰ সময়ত আহোম ৰজা কোন আছিল?
Results
click to copy shortcode