Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 15
Telegram Group
Join Now
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কমতাসকলৰ মাজত সশস্ত্র যুদ্ধ হৈছিল?
#2. কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দুধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল?
#3. ত্যাও খামতি কোনজন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল?
#4. পথৰুঘাটৰ কৃষক বিদ্রোহ বা পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
#5. আহোমৰ অন্তিমখন ৰাজধানী ক’ত স্থাপন কৰিছিল?
#6. শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?
#7. অসমৰ পুৰণি নাম কি?
#8. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি?
#9. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল?
#10. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
Results
click to copy shortcode